আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দল ঘোষণা
ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দলটো ঘোষণা কৰিছে। ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব আৰু হাৰ্দিক পাণ্ডিয়াক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত স্থান লাভ কৰা বাকী সদস্যসকল হৈছে- যশস্বী জয়ছৱাল, বিবাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্ট, সঞ্জু ছেমচন, শিম