আই পি এল ক্রিকেটত দেলহী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডার্ছৰ জয়লাভ
আই পি এল ক্রিকেট প্রতিযোগিতাত কলকাতাৰ ইডেন গার্ডেনছত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। টছত জয়ী হৈ প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা দেলহী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি কলকাতা নাইট ৰাইডাৰ্ছে ১৬ অভাৰ ৩টা বলত ৩টা উইকেট